ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বহুত মানুহে মাৰধৰ কৰি কৰা কাজিয়া
ಉದಾಹರಣೆ : ছাত্রবোৰৰ উপদ্রৱত অতীষ্ঠ হৈ প্রধান শিক্ষকে অনির্দিষ্ট কাললৈ বিদ্যালয় বন্ধ কৰি দিলে আপোনালোকে অনর্থক ্উৎপাত নকৰিব
ಸಮಾನಾರ್ಥಕ : উপদ্রৱ, উৎপাত, মাৰ-কিল, হাংগামা, হাঙ্গামা
ಅರ್ಥ : মাৰপিট কৰা কার্য
ಉದಾಹರಣೆ : নি্র্বাচনৰ সময়ত বহুত মাৰ-পিট হয়
ಸಮಾನಾರ್ಥಕ : মাৰ-পিট
ಅರ್ಥ : হাত-ভৰিৰে টনা-আজোঁৰা কৰি মাৰপিট কৰা কার্য
ಉದಾಹರಣೆ : তেওঁলোক দুজনৰ মাজত তুমুলভাৱে কাজিয়া লাগিল
ಸಮಾನಾರ್ಥಕ : কাজিয়া
ಸ್ಥಾಪನೆ