ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এটা সময়ৰ পৰা আৰম্ভ কৰি ত্রিশ দিনৰ সময়
ಉದಾಹರಣೆ : এমাহত এই কামটো হৈ যাব
ಸಮಾನಾರ್ಥಕ : দুইপক্ষ, মাস
ಅರ್ಥ : নির্দিষ্ট নাম থকা আৰু প্রায় ত্রিশ দিনীয়া বছৰৰ বাৰটা ভাগৰ ভাগবোৰ
ಉದಾಹರಣೆ : তেওঁ ্ অহা মাহৰ বাৰ তাৰিখে আহিব
ಸಮಾನಾರ್ಥಕ : ত্রিশ দিন, মাস
ಅರ್ಥ : দেহৰ ঠায়ে ঠায়ে চালৰ পৰা ওলাই থকা কʼলা আৰু ৰঙা ৰঙৰ এবিধ গুটিৰ নিচিনা অংশ
ಉದಾಹರಣೆ : তেওঁৰ পিঠিত এটা কʼলা মাহ আছে
ಸ್ಥಾಪನೆ