ಅರ್ಥ : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
ಉದಾಹರಣೆ :
মই মালয়ালম কʼব পাৰোঁ
ಸಮಾನಾರ್ಥಕ : মালায়ালম
ಅರ್ಥ : মালয়ালম ভাষাৰ বা মালায়ালম ভাষাৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
এই চিনেমাখন মালয়ালম কাহিনী আধাৰত বনোৱা হৈছে