ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বেতন বা পাৰিশ্রমিকৰ বিনিময়ত কাৰোবাক কার্যালয় বা কাৰখানাত কাম দিওঁতা ব্যক্তি
ಉದಾಹರಣೆ : মালিকে কর্ম্্চাৰীৰ দাবী পূৰণ কৰিবলৈ অমান্তি হʼল
ಅರ್ಥ : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে
ಉದಾಹರಣೆ : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল
ಸಮಾನಾರ್ಥಕ : অধিপতি, গৰাকী, স্বামী
ಅರ್ಥ : ইছলাম ধর্মত ঈশ্বৰ বুজোৱা নাম
ಉದಾಹರಣೆ : ঈশ্বৰ আৰু আল্লা একেই
ಸಮಾನಾರ್ಥಕ : আল্লা, আল্লাহ, খুদা
ಅರ್ಥ : ঘৰৰ মূল মানুহ
ಉದಾಹರಣೆ : গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
ಸಮಾನಾರ್ಥಕ : গৃহপতি, গৃহস্থ, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী
ಸ್ಥಾಪನೆ