ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ধুনিয়া ফুলৰ এডাল লতা
ಉದಾಹರಣೆ : মোৰ ফুলনিত মালতীও ফুলি আছে
ಸಮಾನಾರ್ಥಕ : মধুমালতী
ಅರ್ಥ : এক প্রকাৰৰ সৰু চানেকীয়া বগা ৰঙৰ সুগন্ধি ফুল
ಉದಾಹರಣೆ : তেওঁৰ ঘৰৰ সন্মুখ আহি পোৱাৰ লগে লগে মালতী ফুলৰ সুগন্ধি আহি নাকত লাগেহি
ಸಮಾನಾರ್ಥಕ : নেৱালি, নেৱালী, নৱমল্লিকা
ಸ್ಥಾಪನೆ