ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
ಉದಾಹರಣೆ : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
ಸಮಾನಾರ್ಥಕ : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, মূৰ, শিৰ
ಅರ್ಥ : মূৰৰ ভিতৰৰ সাৰ অংশ
ಉದಾಹರಣೆ : মগজুৰ সংৰচনা বৰ জটিল
ಸಮಾನಾರ್ಥಕ : ঘিউ, মগজু, মস্তিষ্ক
ಅರ್ಥ : শৰীৰৰ যি অংশত মগজু থাকে
ಉದಾಹರಣೆ : মোহনৰ মূৰত চুলি নাই
ಸಮಾನಾರ್ಥಕ : মূৰ, শিৰ
ಸ್ಥಾಪನೆ