ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : আভূষণ আদিত লগোৱা এবিধ বহুমূলীয়া উজ্জ্বল খনিজ পদার্থ
ಉದಾಹರಣೆ : হীৰা, পান্না, মুকুতা আদি মূল্যৱান ৰত্ন
ಸಮಾನಾರ್ಥಕ : জহৰত, জহৰৎ, বাখৰ, মাণিক্য, ৰতন, ৰত্ন, ৰত্নমণি, ৰত্নমাণিক
ಅರ್ಥ : নৱবিধ ৰত্নৰ এবিধ ৰঙা মূল্যবান পাথৰ
ಉದಾಹರಣೆ : সোণ, ৰূপ, মাণিকেৰে ৰজা দশৰথৰ ভঁ্ৰাল ভৰি আছিল
ಸಮಾನಾರ್ಥಕ : মণি, মণি-মাণিক্য
ಸ್ಥಾಪನೆ