ಅರ್ಥ : ব্রাহ্মণ, গুৰু আদিৰ কাৰণে আদৰসূচক সম্বোধন
ಉದಾಹರಣೆ :
এই মহাৰাজে নিজৰ ভোজন স্বয়ং বনায়
ಅರ್ಥ : যি ৰজাৰ ৰাজ্য দূৰ দূৰলৈ প্রসাৰিত হৈ থাকে
ಉದಾಹರಣೆ :
দশৰথ এজন চক্রৱর্তী ৰজা আছিল
ಸಮಾನಾರ್ಥಕ : চক্রৱর্তী ৰজা
ಅರ್ಥ : কোনো দেশ বা জাতিৰ প্রধান শাসক বা পতি:ত্রেতা যুগত শ্রীৰাম অযোধ্যাৰ ৰজা আছিল
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অধিপতি, অধিৰাজ, অধীশ্বৰ, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, চক্রৱর্ত্তী, জাহাপনা, নৃপ, নৃপতি, নৰদেৱ, নৰপতি, নৰাধিপ, নৰেন্দ্র, নৰেশ, প্রজানাথ, প্রজাপালক, বাদশ্বাহ, ভূপ, ভূপতি, মহাৰজা, স্বর্গদেউ, ৰজা, ৰাজচক্রৱর্ত্তী