ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মল   বিশেষ্য

ಅರ್ಥ : আম গছৰ ফুল

ಉದಾಹರಣೆ : বসন্ত ঋতুৰ আগমনৰ লগে লগে আম গছত মল লাগিবলৈ ধৰে

ಅರ್ಥ : যি অংশইদি শৰীৰৰ ভিতৰৰ মলভাগ বাহিৰ হয়

ಉದಾಹರಣೆ : গুহ্যদ্বাৰৰ ভালদৰে পৰিষ্কাৰ কৰি ভালেমান ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি

ಸಮಾನಾರ್ಥಕ : গুহ্য দ্বাৰ, গুহ্যদ্বাৰ, পায়ু, পোকৰ, মলদ্বাৰ

ಅರ್ಥ : জীৱই গুহ্যদ্বাৰেৰে ত্যাগ কৰা বর্জিত পদার্থ

ಉದಾಹರಣೆ : গাহৰিয়ে গুও খায়

ಸಮಾನಾರ್ಥಕ : অষ্ঠীলা, গু, পায়খানা, পুৰীষ, বিষ্ঠা, শৌচ

ಅರ್ಥ : শৰীৰৰ পৰা ওলোৱা অশুদ্ধি বা বিকাৰ

ಉದಾಹರಣೆ : মনুস্মৃতি অনুসৰি শৰীৰত বাৰ প্রকাৰৰ মল থাকে, সেইবোৰ হʼল মেদ, শুক্র, ৰক্ত, মজ্জা, মূত্র, বিষ্ঠা, কাণৰ মল, নখ, কফ, চকুপানী, ঘাম আৰু শৰীৰত জমা হোৱা মল

ಅರ್ಥ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি

ಉದಾಹರಣೆ : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে

ಸಮಾನಾರ್ಥಕ : ময়লা, লেতেৰা

ಅರ್ಥ : যিপাহ ফুলে পাহি মেলা নাই:কলিবিলাক ছিঙা কাৰণে মালীয়ে লʼৰা-ছোৱালীবোৰক গালি পাৰিছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : কলি, কুসুমকলি, কোৰক, নুফুলা ফুল, ফুলকলি, ফুলৰ কলি, মুকুল