ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
ಉದಾಹರಣೆ : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
ಸಮಾನಾರ್ಥಕ : নি্র্যাস, ৰস
ಅರ್ಥ : যি প্রবল নহয়
ಉದಾಹರಣೆ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
ಸಮಾನಾರ್ಥಕ : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, বেয়া
ಅರ್ಥ : ভালৰ ওলোটা বা বিপৰীত
ಉದಾಹರಣೆ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ಸಮಾನಾರ್ಥಕ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া
ಅರ್ಥ : যাৰ শক্তি আৰু গতি কমি গৈছে
ಉದಾಹರಣೆ : তেওঁ ধীৰ গতিৰে গাড়ী চলাই আছে
ಸಮಾನಾರ್ಥಕ : ধীৰ, মন্থৰ, মেদা, লেদা, লেহেম, শ্লথ
ಸ್ಥಾಪನೆ