ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মন্ত্র ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মন্ত্র   বিশেষ্য

ಅರ್ಥ : বেদৰ যি বাক্যৰ দ্বাৰা যজ্ঞ আদি কৰাৰ বিধান আছে

ಉದಾಹರಣೆ : প্রাচীন কালত বেদমন্ত্রৰ পাঠ কৰা হৈছিল

ಸಮಾನಾರ್ಥಕ : বেদমন্ত্র, বৈদিক ছন্দ

ಅರ್ಥ : কোনো কাম সোনকালে হৈ যোৱা উপায় বা কোনো কাম কৰাৰ বিশেষ ধৰণ বা পদ্ধতি

ಉದಾಹರಣೆ : এই কামটো সোনকালে হোৱাৰ কিবা বিশেষ উপায় এটা কওক

ಸಮಾನಾರ್ಥಕ : গূঢ়তত্ত্ব, বিশেষ উপায়, মূলমন্ত্র

ಅರ್ಥ : যি শ্্ব্দ বা বাক্যৰ জপ ইষ্ট সিদ্ধি বা কোনো দেৱতাক প্রসন্ন কৰিবৰ বাবে জপ কৰা হয়

ಉದಾಹರಣೆ : পুৰোহিতে মহামৃত্যুঞ্জয় মন্ত্রৰ জপ কৰি আছে

ಸಮಾನಾರ್ಥಕ : স্তুতি মন্ত্র