ಅರ್ಥ : একাগ্র মনেৰে কোনো এক বিষয়ত লাগি থকা কার্য
ಉದಾಹರಣೆ :
মনোযোগৰ অবিহনে সফলতা লাভ কৰিব নোৱাৰি
ಅರ್ಥ : ধ্যানেৰে পূর্ণ ্ অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
সৰিতাই সকলো কাম একাগ্রতাৰে কৰে
ಸಮಾನಾರ್ಥಕ : একনিষ্ঠা, একাগ্রচিত্ততা, একাগ্রতা, ঐকান্তিকতা, দৃঢ়তা, ধ্যানপূর্ণত্া, নিবিষ্টচিত্ততা, নিবিষ্টতা, মগ্নতা