ಅರ್ಥ : শান্ত হৈ পৰা এক অৱস্থা
ಉದಾಹರಣೆ :
জলবায়ু অতি গৰম যদিও বতাহ শান্ত হৈ পৰিছে
ಸಮಾನಾರ್ಥಕ : শান্ত হোৱা
ಅರ್ಥ : কথা নোকোৱা বা কথা নপতা
ಉದಾಹರಣೆ :
কাজিয়াখনৰ পৰা পৰিত্রাণ পাবৰ কাৰণে তেওঁ ্ মৌন হৈ ৰʼল
ಸಮಾನಾರ್ಥಕ : অমাত হোৱা, চুপ থকা, চুপ-চাপ থকা, চুপে-চাপে থকা, নিমাত হোৱা, নিমাতে থকা, নীৰৱ হোৱা, মূক হোৱা, মৌন হোৱা