ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : চেনি আৰু মৌৰ দৰে সোৱাদৰ
ಉದಾಹರಣೆ : এই ফলটো বৰ মিঠা
ಸಮಾನಾರ್ಥಕ : মিঠা, মিষ্ট, শার্কৰ, সুমিষ্ট, ্মৌ-সনা
ಅರ್ಥ : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
ಉದಾಹರಣೆ : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
ಸಮಾನಾರ್ಥಕ : মিঠা, মিহি, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
ಅರ್ಥ : মন ভাল লগাব পৰা
ಉದಾಹರಣೆ : বিদেশীসকলে কিছুমান মিঠা স্মৃতি আমাৰ মাজত এৰি গৈছে
ಸಮಾನಾರ್ಥಕ : মিঠা
ಸ್ಥಾಪನೆ