ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজনে প্রায়েই অত্যধিক মদ পান কৰে
ಉದಾಹರಣೆ : মদাহীটো মদ খোৱাৰ পিছত নলাটোত সৰি পৰিল
ಸಮಾನಾರ್ಥಕ : মদপী
ಅರ್ಥ : মদ পান কৰা ব্যক্তি
ಉದಾಹರಣೆ : মদাহীটোৱে ঢলং-ঢপঙকৈ গৈ আছিল
ಅರ್ಥ : প্রায়েই অত্যধিক মদ পান কৰোতা
ಉದಾಹರಣೆ : মদপী ৰমেশে সদায় মদ খাই ঘৰলৈ আহে
ಅರ್ಥ : মদ খাই থকা
ಉದಾಹರಣೆ : মদাহী ড্রাইভাৰে গাড়ীখন গছত খুন্দা মাৰি দিলে
ಸ್ಥಾಪನೆ