ಅರ್ಥ : ধন, বিদ্যা, প্রভুত্ব আদিৰ ওপৰত থকা এক ধৰণৰ অহংকাৰী ভাব
ಉದಾಹರಣೆ :
জমিদাৰীৰ অহংকাৰত ঠাকুৰে ভালেমান কৃষকক প্রতাৰিত কৰিলে
ಸಮಾನಾರ್ಥಕ : অহংকাৰ
ಅರ್ಥ : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
ಉದಾಹರಣೆ :
মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
ಸಮಾನಾರ್ಥಕ : জাল, নিচা, মত্তাৱস্থা, ৰাগি