ಅರ್ಥ : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা
ಉದಾಹರಣೆ :
আইতাই ককাক ইংগিতেৰে মাতি আছে
ಅರ್ಥ : আমন্ত্রণ জনোৱা
ಉದಾಹರಣೆ :
তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে
ಸಮಾನಾರ್ಥಕ : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা
ಅರ್ಥ : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা
ಉದಾಹರಣೆ :
ৰাতিপুৱা চৰায়ে মাতে
ಅರ್ಥ : কোনো পৰিচিতৰ লগত কথা কোৱা
ಉದಾಹರಣೆ :
আজিকালি শীলাই মোক নামাতে