ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি
ಉದಾಹರಣೆ : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে
ಸಮಾನಾರ್ಥಕ : বিচাৰ, ৰায়
ಅರ್ಥ : ঋষি আদিৰ মান্য উপদেশ
ಉದಾಹರಣೆ : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
ಸಮಾನಾರ್ಥಕ : বাদ, সিদ্ধান্ত
ಅರ್ಥ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
ಉದಾಹರಣೆ : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
ಸಮಾನಾರ್ಥಕ : বাদ, মতবাদ, সিদ্ধান্ত
ಅರ್ಥ : মনত উদয় হোৱা কথা
ಉದಾಹರಣೆ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
ಸಮಾನಾರ್ಥಕ : খিয়াল, খেয়াল, বিচাৰ
ಸ್ಥಾಪನೆ