ಅರ್ಥ : মণিপুৰত কোৱা ভাষা
ಉದಾಹರಣೆ :
তেওঁলোক দুয়োজনে মণিপুৰীত কথাপাতি আছে
ಅರ್ಥ : মণিপুৰৰ অধিবাসী
ಉದಾಹರಣೆ :
আজি ৰঙ্গমঞ্চত মণিপুৰী সকলৰ নৃত্য আছিল
ಅರ್ಥ : মণিপুৰত থকা বা বসতি কৰা
ಉದಾಹರಣೆ :
কাইলৈ আমাৰ কলেজলৈ মণিপুৰী ডাক্তৰৰ এটা দল আহিব
ಅರ್ಥ : মণিপুৰৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
আমি মণিপুৰী নৃত্য চাবলৈ গৈছিলোঁ
ಅರ್ಥ : মণিপুৰী ভাষাত ৰচিত
ಉದಾಹರಣೆ :
তুমি মোক মণিপুৰী সাহিত্যৰ বিষয়ে কিবা খবৰ দিব পাৰিবা নেকি ?