ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মঞ্জুৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মঞ্জুৰ   বিশেষ্য

ಅರ್ಥ : কোনো কথা বা বিচাৰত উপস্থিত বা সম্বন্ধ থকা সকলো লোকে একেটা কথাতে সন্মতি দিয়া এক পৰিস্থিতি

ಉದಾಹರಣೆ : সর্বসন্মতিৰে ৰামক এই সংস্থাটোৰ সচিব নি্র্বাচন কৰা হৈছে

ಸಮಾನಾರ್ಥಕ : অনুমোদন, সমর্থন, সর্বসন্মতি

ಅರ್ಥ : নিজৰ কৰা বা গ্রহণ কৰা কার্য

ಉದಾಹರಣೆ : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে

ಸಮಾನಾರ್ಥಕ : গ্রহণ, স্বীকাৰ

মঞ্জুৰ   বিশেষণ

ಅರ್ಥ : যাৰ সহমত লাভ কৰিছে

ಉದಾಹರಣೆ : চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব

ಸಮಾನಾರ್ಥಕ : অনুমোদনপ্রাপ্ত, অনুমোদিত, সমর্থন্্প্রাপ্ত, স্বীকৃত