ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নাটশালা আদিৰ যি বিশেষ স্থানত অভিনেতা অভিনেত্রীসকলে অভিনয় কৰে
ಉದಾಹರಣೆ : মই ৰংগমঞ্চৰ একেবাৰে ওচৰৰ পৰা নাটক চাই আছিলোঁ
ಸಮಾನಾರ್ಥಕ : ৰংগভূমি, ৰংগমঞ্চ, ৰংগশালা, ৰঙ্গমঞ্চ
ಅರ್ಥ : সর্বস্াধাৰণৰ সন্মুখত বহি বা থিয় হৈ কোনো কাম কৰিবৰ কাৰণে বা কিবা কʼবৰ কাৰণে কৰি লোৱা ওখ মণ্ডৱ বা স্থান
ಉದಾಹರಣೆ : নেতাজী মঞ্চৰ ওপৰত আছিল
ಸಮಾನಾರ್ಥಕ : ষ্টেজ
ಅರ್ಥ : মানুহে নি্র্মাণ কৰি লোৱা সমান আৰু ওখ ঠাই বিশেষ
ಉದಾಹರಣೆ : মনীষী গৰাকীয়ে মঞ্চত বহি ্ ধর্মালোচনা কৰিছে
ಸಮಾನಾರ್ಥಕ : বেদী
ಸ್ಥಾಪನೆ