ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সকলোতকৈ ডাঙৰৰ পিছৰজন বা যাৰ ওপৰত কেৱল এজন থাকে
ಉದಾಹರಣೆ : ৰাণীৰ মাজু ভায়েক মোৰ শ্রেণীত পঢ়ে
ಸಮಾನಾರ್ಥಕ : মাজু
ಅರ್ಥ : একেবাৰে ডাঙৰ বা একেবাৰে সৰু আকাৰৰ মাজৰ এক অৱস্থা
ಉದಾಹರಣೆ : এই বনত মজলীয়া আকাৰৰ উদ্ভিদ অধিক পৰিমাণে আছে
ಸಮಾನಾರ್ಥಕ : মধ্যমীয়া
ಅರ್ಥ : মধ্যম আকাৰৰ
ಉದಾಹರಣೆ : এই গছজোপাত মজলীয়া আকাৰৰ ফল লাগে
ಸ್ಥಾಪನೆ