ಅರ್ಥ : দাইল হিচাপে খোৱা এক ৰঙচুৱা সৰু বীজৰ মাহজাতীয় গছ
ಉದಾಹರಣೆ :
খেতিয়কে মচুৰ মাহৰ গছ চপাইছে
ಸಮಾನಾರ್ಥಕ : মচুৰ গছ, মচুৰ মাহৰ গছ
ಅರ್ಥ : দাইল হিচাপে ৰান্ধি খোৱা এক প্রকাৰ দ্বি-উত্তল বীজ
ಉದಾಹರಣೆ :
বৈদ্যশাস্ত্রত মচুৰ মাহক কফনাশক, পিত্তনাশক, জ্বৰনাশক বুলি কোৱা হৈছে
ಸಮಾನಾರ್ಥಕ : মচুৰ মাহ