ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মূৰৰ ভিতৰৰ সাৰ অংশ
ಉದಾಹರಣೆ : মগজুৰ সংৰচনা বৰ জটিল
ಸಮಾನಾರ್ಥಕ : ঘিউ, মস্তিষ্ক, মাথা
ಅರ್ಥ : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি
ಉದಾಹರಣೆ : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম
ಸಮಾನಾರ್ಥಕ : চিত্ত, পেট, মন, মানস
ಅರ್ಥ : মগজ সম্বন্ধীয়
ಉದಾಹರಣೆ : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল
ಸಮಾನಾರ್ಥಕ : মস্তিষ্ক, মূৰ
ಸ್ಥಾಪನೆ