ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ভৱিষ্যত সময়ৰ ক্রিয়া বা অৱস্থাৰ বিষয়ে নির্দেশ ্কৰা ব্যাকৰণৰ এক কাল
ಉದಾಹರಣೆ : আজি শিক্ষাগুৰুৱে আজি ভৱিষ্যত কালৰ বিষয়ে কʼলে
ಸಮಾನಾರ್ಥಕ : ভৱিষ্যত কাল
ಅರ್ಥ : আহিব লগা কাল বা সময়
ಉದಾಹರಣೆ : ভৱিষ্যতত কি হʼব কোনেও নাজানে
ಸಮಾನಾರ್ಥಕ : অনাগত কাল, অনাগত যুগ, উত্তৰকাল, ভাবীকাল, ভাবীযুগ, ভৱিষ্যতকাল
ಸ್ಥಾಪನೆ