ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ভৰোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ভৰোৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

ಉದಾಹರಣೆ : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

ಸಮಾನಾರ್ಥಕ : দলিওৱা, নিক্ষেপ কৰা, পেলাই দিয়া

ಅರ್ಥ : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য

ಉದಾಹರಣೆ : এই টেমাটোত সাত কিলো আটা সোমায়

ಸಮಾನಾರ್ಥಕ : সোমোৱা

ಅರ್ಥ : খালী ঠাই আদি পূর্ণ কৰিবলৈ কোনো বস্তু আদি ঢলা কার্য

ಉದಾಹರಣೆ : শ্রমিকসকলে ৰাস্তাৰ কাষৰ গাঁত পুতিছে

ಸಮಾನಾರ್ಥಕ : পূৰোৱা, পোতা, ভর্তি কৰা

ಅರ್ಥ : কোনো বস্তু কিহবাৰ ওপৰত দিয়া

ಉದಾಹರಣೆ : লʼৰাটোৱে মুখত কলমটো ভৰালে

ಅರ್ಥ : খাটা, কাগজ আদিত লিখোৱা

ಉದಾಹರಣೆ : তেওঁ ্পঞ্চায়তৰ সভাপতিক কৈ নিজৰ নামটো ভোটাৰ তালিকাত ভৰালে

ಸಮಾನಾರ್ಥಕ : লিখা, লিখোৱা

ಅರ್ಥ : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা

ಉದಾಹರಣೆ : পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে

ಸಮಾನಾರ್ಥಕ : ভৰা