ಅರ್ಥ : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা
ಉದಾಹರಣೆ :
লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ
ಸಮಾನಾರ್ಥಕ : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, সম্পূর্ণ
ಅರ್ಥ : যিমান অধিক সোমাই থকিব পাৰে সিমান সোমাই থকা
ಉದಾಹರಣೆ :
পুখুৰীটো পানীৰে ভৰপূৰ
ಸಮಾನಾರ್ಥಕ : ভৰ-পূৰ
ಅರ್ಥ : সম্পূর্ণৰূপে ভৰি থকা
ಉದಾಹರಣೆ :
তেওঁ ্মোৰ হাতৰ পৰা গাখীৰেৰে ভৰপূৰ হৈ থকা গিলাচটো নমাই থʼলো