ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো ভয়েৰে ভৰি আছে
ಉದಾಹರಣೆ : ভয়ানক পৰিৱেশত থকাটো বিপদজনক
ಸಮಾನಾರ್ಥಕ : ভীতিজনক, ভীষণ, ভয়ংকৰ, ভয়াবহ, শংকাজনক
ಅರ್ಥ : যিটো দেখিবলৈ ভয় লগা:মহিষাসুৰক মাৰিবলৈ মা কালীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : বিকট, ভয়ংকৰ
ಅರ್ಥ : প্রয়োজনতকৈ অধিক
ಉದಾಹರಣೆ : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : অত্যধিক, ভীষণ, ভয়ংকৰ
ಸ್ಥಾಪನೆ