ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো ভয়েৰে ভৰি আছে
ಉದಾಹರಣೆ : ভয়ানক পৰিৱেশত থকাটো বিপদজনক
ಸಮಾನಾರ್ಥಕ : ভীতিজনক, ভীষণ, ভয়ানক, ভয়াবহ, শংকাজনক
ಅರ್ಥ : যিটো দেখিবলৈ ভয় লগা:মহিষাসুৰক মাৰিবলৈ মা কালীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : বিকট, ভয়ানক
ಅರ್ಥ : প্রয়োজনতকৈ অধিক
ಉದಾಹರಣೆ : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : অত্যধিক, ভীষণ, ভয়ানক
ಅರ್ಥ : বহুত গভীৰ পৰিণতিযুক্ত
ಉದಾಹರಣೆ : হত্যা এক ঘোৰ অপৰাধ
ಸಮಾನಾರ್ಥಕ : ঘোৰ, ডাঙৰ, ভীষণ
ಸ್ಥಾಪನೆ