ಅರ್ಥ : ভ্রমবশতঃ এটা বস্তুক অন্য এটা বস্তু বুলি বুজি পোৱা কার্য
ಉದಾಹರಣೆ :
আন্ধাৰত ভ্রান্ত ধাৰণা হʼব পাৰে
ಅರ್ಥ : কাৰোবাৰ প্রতি মনত উদয় হোৱা ভুল ধাৰণা
ಉದಾಹರಣೆ :
আপোনাক লগপোৱাৰ পিছত মোৰ ভুল ধাৰণা দূৰ হʼল
ಸಮಾನಾರ್ಥಕ : ভুল ধাৰণা