ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ভূত ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ভূত   বিশেষ্য

ಅರ್ಥ : অতীত সময়ৰ ক্রিয়া বা অৱস্থাৰ বিষয়ে নির্দেশ ্কৰা ব্যাকৰণৰ এক কাল

ಉದಾಹರಣೆ : অতীত কালৰ কিছুমান উদাহৰণ দিয়া

ಸಮಾನಾರ್ಥಕ : অতীত কাল, ভূত কাল

ಅರ್ಥ : মোক্ষ বা মুক্তিৰ অভাৱত কোনো মৃত ব্যক্তিৰ আত্মাই ধাৰণ কৰা এক ৰূপ যি সততে কষ্টদায়ক আৰু অমাংগলিক কামবোৰ কৰি ফুৰে বুলি মানুহে বিশ্বাস কৰে:আধুনিক যুগত ভূতৰ কোনো অস্তিত্ব নাই

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অপচ্ছায়া, অপদেৱতা, উপদেৱতা, কন্ধ, কবন্ধ, জীন, দেও, পিশাচ, পেৰেত, প্রেত, ভূত-প্রেত, যখ

ভূত   বিশেষণ

ಅರ್ಥ : যিটো পাৰ হৈ গৈছে

ಉದಾಹರಣೆ : অতীত কালত নালন্দা বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

ಸಮಾನಾರ್ಥಕ : অতীত, গত, পুৰণি