ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো ভয়েৰে ভৰি আছে
ಉದಾಹರಣೆ : ভয়ানক পৰিৱেশত থকাটো বিপদজনক
ಸಮಾನಾರ್ಥಕ : ভীতিজনক, ভয়ংকৰ, ভয়ানক, ভয়াবহ, শংকাজনক
ಅರ್ಥ : প্রয়োজনতকৈ অধিক
ಉದಾಹರಣೆ : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : অত্যধিক, ভয়ংকৰ, ভয়ানক
ಅರ್ಥ : যি অন্তৰ বিদাৰণ কৰে
ಉದಾಹರಣೆ : ৰাম বনলৈ যোৱাৰ পিছত বিচ্ছেদৰ ভীষণ দুখ সহিব নোৱাৰি পিতৃ দশৰথৰ মৃত্য হʼল
ಸಮಾನಾರ್ಥಕ : ঘোৰ, দাৰুণ, ভয়ঙ্কৰ
ಅರ್ಥ : বহুত গভীৰ পৰিণতিযুক্ত
ಉದಾಹರಣೆ : হত্যা এক ঘোৰ অপৰাধ
ಸಮಾನಾರ್ಥಕ : ঘোৰ, ডাঙৰ, ভয়ংকৰ
ಸ್ಥಾಪನೆ