ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ভাৰসা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ভাৰসা   বিশেষ্য

ಅರ್ಥ : কোনো কাম হʼব বুলি বা কোনো বস্তু পাম পাম বুলি ভবা মনৰ এক অৱস্থা:মই তেওঁৰ্ পৰা এনে ব্যৱহাৰ পাম বুলি আশা কৰা নাছিলো

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অভিলাষ, আকাংক্ষা, আশ, আশা, আশা-দশা, আশা-ভাৰসা, কামনা, বাঞ্ছা

ಅರ್ಥ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

ಅರ್ಥ : কাৰোবাক আশস্ত কৰা বা আশা দিয়া কার্য

ಉದಾಹರಣೆ : মন্ত্রী মহোদয়ৰ পৰা আশ্বাস পাই মই নিশ্চিত হʼলোঁ

ಸಮಾನಾರ್ಥಕ : আশ্বাস, প্রবোধ