ಅರ್ಥ : আনন্দ পাওঁতে অনুভৱ হোৱা
ಉದಾಹರಣೆ :
এই দৃশ্যটো মোৰ ভাল লাগিছে
ಸಮಾನಾರ್ಥಕ : মন ভুলোৱা, মনঃপুত হোৱা, সুখপ্রদ লগা
ಅರ್ಥ : ৰুচিৰ অনুকূল হোৱা
ಉದಾಹರಣೆ :
আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই মোৰ এই কামটো ভাল লগা নাই
ಸಮಾನಾರ್ಥಕ : পচন্দ হোৱা, মন লগা, মনঃপুত হোৱা, মনোমত হোৱা, ৰুচিকৰ হোৱা