ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ভাল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ভাল   বিশেষ্য

ಅರ್ಥ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য

ಉದಾಹರಣೆ : সকলোৰে মংগল হোৱা কাম কৰা উচিত

ಸಮಾನಾರ್ಥಕ : কল্যাণ, মংগল, লাভ, হিত

ಅರ್ಥ : উত্তম হোৱাৰ অৱস্থা

ಉದಾಹರಣೆ : চৰিত্র ভালেই সকলো ভাল

ಸಮಾನಾರ್ಥಕ : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, শ্রেষ্ঠতা

ಅರ್ಥ : কাৰোবাৰ ভাল বা হিতসাধন কৰা কার্য

ಉದಾಹರಣೆ : সৎলোকে সকলোৰে উপকাৰ সাধে

ಸಮಾನಾರ್ಥಕ : উপকাৰ, হিত

ಅರ್ಥ : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা

ಉದಾಹರಣೆ : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত

ಸಮಾನಾರ್ಥಕ : কল্যাণ, মংগল, মঙ্গল, শুভ

ಅರ್ಥ : মূৰৰ ওপৰৰ ফালে থকা সন্মুখৰ অংশ

ಉದಾಹರಣೆ : ৰামৰ কপালৰ পৰা তেজ বিৰিঙিছে

ಸಮಾನಾರ್ಥಕ : অগ্রশিৰ, আগমূৰ, কপাল, ললাট

ভাল   ক্ৰিয়া বিশেষণ

ಅರ್ಥ : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়

ಉದಾಹರಣೆ : আজি শচীনে ভাল খেলিলে

ಸಮಾನಾರ್ಥಕ : বঢ়িয়া, ভালদৰে

ভাল   বিশেষণ

ಅರ್ಥ : যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে

ಉದಾಹರಣೆ : মোৰ ভাল , আপোনাৰ ভালনে ?

ಸಮಾನಾರ್ಥಕ : বঢ়িয়া

ಅರ್ಥ : যি ৰুচিৰে ভৰপূৰ

ಉದಾಹರಣೆ : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে

ಸಮಾನಾರ್ಥಕ : ৰসাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক

ಅರ್ಥ : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়

ಉದಾಹರಣೆ : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই

ಸಮಾನಾರ್ಥಕ : উত্তম, সৎ

ಅರ್ಥ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

ಉದಾಹರಣೆ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

ಸಮಾನಾರ್ಥಕ : সজ্জন, সাধু, সুজন, সৎ

ಅರ್ಥ : যি গুণেৰে ভৰা

ಉದಾಹರಣೆ : গুণসম্পন্ন বস্তুৰ দাম বেছি হʼলেও বেছি দিন যায়

ಸಮಾನಾರ್ಥಕ : গুণজ্ঞ, গুণপূর্ণ, গুণবাচক, গুণবোধক, গুণমণ্ডিত, গুণময়, গুণযুক্ত, গুণসম্পন্ন, গুণান্বিত, গুণী, গুণৱন্ত, গুণৱান, ্গুণাত্মক

ಅರ್ಥ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই

ಉದಾಹರಣೆ : মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ

ಸಮಾನಾರ್ಥಕ : বঢ়িয়া

ಅರ್ಥ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে

ಉದಾಹರಣೆ : এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল

ಸಮಾನಾರ್ಥಕ : বঢ়িয়া

ಅರ್ಥ : যিটো অশ্লীল নহয়

ಉದಾಹರಣೆ : তেওঁ ্ মার্জিত সাহিত্য পঢ়ি আনন্দ লৈছে

ಸಮಾನಾರ್ಥಕ : মার্জিত, শ্লীল