ಅರ್ಥ : ভাগৰুৱা অৱস্থা বা ভাৱ
ಉದಾಹರಣೆ :
খেতিয়কে গছৰ ছাঁত বহি ভাগৰ পলুৱাই আছে
ಸಮಾನಾರ್ಥಕ : ক্লান্তি, পৰিশ্রান্তি, শ্রান্তি
ಅರ್ಥ : গোটেই ৰাতি জাগি থকাৰ কাৰণে দেহ-মনলৈ অহা অৱসাদ
ಉದಾಹರಣೆ :
বাইদেউৰ বিয়াৰ পিছৰ ভাগৰ এতিয়াও মৰা নাই