ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ভাগ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ভাগ   বিশেষ্য

ಅರ್ಥ : সমষ্টি বা সমূহৰ কোনো অংশ

ಉದಾಹರಣೆ : ইয়াৰ মাজ ভাগ কিছু শকত

ಸಮಾನಾರ್ಥಕ : অংশ

ಅರ್ಥ : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে

ಉದಾಹರಣೆ : কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়

ಸಮಾನಾರ್ಥಕ : ক্ষেত্র

ಅರ್ಥ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ಉದಾಹರಣೆ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

ಸಮಾನಾರ್ಥಕ : অংগ, অংশ, খণ্ড, টুকুৰা, বিভাগ

ಅರ್ಥ : কোনো কামত সন্মিলিত হোৱা কার্য

ಉದಾಹರಣೆ : তেওঁ খেল প্রতিযোগিতাত ভাগ নলয়

ಸಮಾನಾರ್ಥಕ : অংশগ্রহণ

ಅರ್ಥ : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ

ಉದಾಹರಣೆ : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে

ಸಮಾನಾರ್ಥಕ : অংশ

ಅರ್ಥ : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ

ಉದಾಹರಣೆ : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ

ಸಮಾನಾರ್ಥಕ : অংশ

ಅರ್ಥ : দূৰলৈ পঠোৱা বা দূৰ কৰা কার্য

ಉದಾಹರಣೆ : ভাগ ইয়াৰ পৰা, নহʼলে খুব মাৰ খাবি

ಸಮಾನಾರ್ಥಕ : যা, যা ভাগ

ಅರ್ಥ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

ಉದಾಹರಣೆ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

ಸಮಾನಾರ್ಥಕ : খণ্ড, টুকুৰা

ಅರ್ಥ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ