ಅರ್ಥ : ভাব-চিন্তা বা বিচাৰ সহকাৰে
ಉದಾಹರಣೆ :
ভাবি-চিন্তিয়েই মই এই কামটো হাতত লৈছো
ಸಮಾನಾರ್ಥಕ : গুণা-গঁথ্া কৰি, গুণি-পিটি, বুজি-বাজি, ভবা-গুণা কৰি, ভাবি-গুণি, ভাবি-চিন্তি
ಅರ್ಥ : চিন্তা সহকাৰে বা চিন্তাগ্রস্ত হৈ
ಉದಾಹರಣೆ :
বজাৰলৈ যোৱা স্বামীৰ কাৰণে শ্যামাই উদ্বিগ্নতাৰে ৰৈ আছিল
ಸಮಾನಾರ್ಥಕ : উদ্বিগ্নতাপূর্বক, উদ্বিগ্নতাৰে, উদ্বিগ্নভাৱে, গুণা-গঁথ্া কৰি, চিন্তিতভাৱে, ভবা-গুণা কৰি, ভাবি-গুণি, ভাবি-চিন্তি