ಅರ್ಥ : কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য
ಉದಾಹರಣೆ :
এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ
ಸಮಾನಾರ್ಥಕ : চিন্তা কৰা, ভাবি থকা
ಅರ್ಥ : কোনো কথা বা কামত নিজকে নিজে আনৰ তুলনাত শ্রেষ্ঠ বুলি অনুভৱ কৰা
ಉದಾಹರಣೆ :
সি নিজকে নিজে বহুত কিবা বুলি ভাবে