ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে
ಉದಾಹರಣೆ : তেওঁ হনুমানৰ ভক্ত
ಸಮಾನಾರ್ಥಕ : উপাসক, ভকত, সাধক, সেৱক
ಅರ್ಥ : যিজনে পূজা কৰে
ಉದಾಹರಣೆ : ভগৱানৰ প্রকৃত উপাসক সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ পৰে
ಸಮಾನಾರ್ಥಕ : আৰাধক, উপাসক, পূজাৰী
ಅರ್ಥ : কাৰোবাক দেৱতুল্য মানি ্তেওঁৰ ভক্তি কৰা বা তেওঁৰ পৰম মহত্ত্ব মানি চলা ব্যক্তি
ಉದಾಹರಣೆ : তেওঁ ্গান্ধীজীৰ ভক্ত গান্ধীজী অহিংসাৰ পূজাৰী আছিল
ಸಮಾನಾರ್ಥಕ : উপাসক, পূজাৰী
ಸ್ಥಾಪನೆ