ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ভঁ্ৰাল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ভঁ্ৰাল   বিশেষ্য

ಅರ್ಥ : যি ঠাইত ফচল কাটি ৰখা হয় আৰু ফচলৰ পৰা শস্য পৃথক কৰি ৰখা হয়

ಉದಾಹರಣೆ : ৰবি শস্য ৰাখিবৰ কাৰণে খেতিয়কে ভঁ্ৰাল চাফা কৰিছে

ಸಮಾನಾರ್ಥಕ : ভঁ্ৰাল ঘৰ, ভাখাৰী

ಅರ್ಥ : যিটো গুদামত শস্য ৰখা হয়

ಉದಾಹರಣೆ : চৰকাৰে শস্যৰ বজাৰত কৃষকৰ সুবিধা হোৱাকৈ ভঁ্ৰাল সাজি দিছে

ಸಮಾನಾರ್ಥಕ : ভঁ্ৰাল ঘৰ

ಅರ್ಥ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম

ಅರ್ಥ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ

ಉದಾಹರಣೆ : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল

ಸಮಾನಾರ್ಥಕ : ভাণ্ডাৰ, সাগৰ