ಅರ್ಥ : বহুত কথা কʼব পৰাজন
ಉದಾಹರಣೆ :
প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
ಸಮಾನಾರ್ಥಕ : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, মুখসর্বস্ব
ಅರ್ಥ : যিজনে জোখতকৈ বঢ়াই কথা কয়
ಉದಾಹರಣೆ :
মই বৰকথীয়া মানুহ ভাল নাপাও