ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কামত অহা বা লগা কার্য
ಉದಾಹರಣೆ : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়
ಸಮಾನಾರ್ಥಕ : উপভোগ, প্রয়োগ
ಅರ್ಥ : কোনো বস্তুক ব্যৱহাৰৰ কাৰণে অনা কার্য
ಉದಾಹರಣೆ : যিটো উপদেশ দিয়া হৈছে তাক প্রয়োগ কৰা
ಸಮಾನಾರ್ಥಕ : কামত লগোৱা, প্রয়োগ
ಅರ್ಥ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
ಉದಾಹರಣೆ : তেওঁৰ ব্যৱহাৰ ভাল নহয়
ಸಮಾನಾರ್ಥಕ : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
ಅರ್ಥ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
ಉದಾಹರಣೆ : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
ಸಮಾನಾರ್ಥಕ : আচৰণ, ধৰণ-কৰণ
ಸ್ಥಾಪನೆ