ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ব্যৱস্থা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ব্যৱস্থা   বিশেষ্য

ಅರ್ಥ : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

ಉದಾಹರಣೆ : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

ಸಮಾನಾರ್ಥಕ : আয়োজন

ಅರ್ಥ : কোনো কাম ভালদৰে সম্পূর্ণ ্কৰা ব্যৱস্থা

ಉದಾಹರಣೆ : ধর্মানুষ্ঠানৰ সকলো বন্দোবস্ত শ্যামে কৰিলে

ಸಮಾನಾರ್ಥಕ : প্রবন্ধ, বন্দোবস্ত

ಅರ್ಥ : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি

ಉದಾಹರಣೆ : এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়

ಸಮಾನಾರ್ಥಕ : ব্যৱস্থাপনা

ಅರ್ಥ : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : আয়োজন, বন্দৱস্ত, ব্যৱস্থাপনা

ಅರ್ಥ : শাস্ত্র আদিৰ দ্বাৰা নি্র্ধাৰিত কোনো কামৰ বিধান

ಉದಾಹರಣೆ : কামৰ আধাৰত নি্র্ধাৰণ কৰা বৈদিক যুগৰ চাৰি ্বর্ণ ব্যৱস্থা

ಅರ್ಥ : এটাৰ আনটোৰ সৈতে সম্পর্ক ্থকা উপাদানেৰে গঠিত এক স্বতন্ত্র একক

ಉದಾಹರಣೆ : সংৰক্ষণৰ দ্বাৰা শিক্ষা ব্যৱস্থা প্রভাবিত হয়