ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
ಉದಾಹರಣೆ : তেওঁৰ ্ মাতটো বৰ মিঠা
ಸಮಾನಾರ್ಥಕ : কণ্ঠ, গলা, মাত, স্বৰ
ಅರ್ಥ : গালত লগোৱা এক প্রকাৰৰ ৰঙা বা গুলপীয়া প্রসাধন সামগ্রী
ಉದಾಹರಣೆ : ছালৰ ৰং অনুসৰি ৰহণ ব্যৱহাৰ কৰা উচিত
ಸಮಾನಾರ್ಥಕ : ৰহণ
ಅರ್ಥ : গোৱা কার্য ্বা ভাব
ಉದಾಹರಣೆ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
ಸಮಾನಾರ್ಥಕ : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, সংগীত, সঙ্গীত
ಸ್ಥಾಪನೆ