ಅರ್ಥ : বিষ্ণুৰ উপাসক তথা ভক্ত
ಉದಾಹರಣೆ :
বৈষ্ণৱসকলৰ দলটো বিষ্ণু মন্দিৰৰ ফালে গৈ আছে
ಸಮಾನಾರ್ಥಕ : বিষ্ণুভক্ত
ಅರ್ಥ : হিন্দুসকলৰ এক সম্প্রদায় যি বিশেষভাৱে বিষ্ণুৰ উপাসনা কৰে
ಉದಾಹರಣೆ :
শ্যাম বৈষ্ণৱ শিষ্য
ಸಮಾನಾರ್ಥಕ : বৈষ্ণৱ সম্প্রদায়