ಅರ್ಥ : বহাৰ স্থান
ಉದಾಹರಣೆ :
বৈঠকখানা সম্পূর্ণৰূপে ভৰি আছিল
ಅರ್ಥ : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা
ಉದಾಹರಣೆ :
চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে
ಸಮಾನಾರ್ಥಕ : অতিথি-কোঠা, চʼৰাঘৰ