ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বেৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বেৰা   বিশেষ্য

ಅರ್ಥ : বেৰ আদিৰে ঘেৰি থকা ঠাই

ಉದಾಹರಣೆ : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে

ಸಮಾನಾರ್ಥಕ : ঘেৰা

ಅರ್ಥ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

ಉದಾಹರಣೆ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

ಸಮಾನಾರ್ಥಕ : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, মেৰ

ಅರ್ಥ : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক

ಉದಾಹರಣೆ : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে

ಸಮಾನಾರ್ಥಕ : হেঙাৰ, ৰেলিঙ

ಅರ್ಥ : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়

ಉದಾಹರಣೆ : শিলেৰে বনোৱা বেৰ মজবুত হয়

ಸಮಾನಾರ್ಥಕ : দেৱাল, প্রাচীৰ, বেৰ, ৱাল

বেৰা   ক্ৰিয়া

ಅರ್ಥ : চাৰিওফালৰ পৰা ঘেৰি দিয়া

ಉದಾಹರಣೆ : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে

ಸಮಾನಾರ್ಥಕ : ঘেৰা, ঘেৰি দিয়া, বেৰি দিয়া

ಅರ್ಥ : চাৰিওফালে ৰখা বা আগুৰি লোৱা

ಉದಾಹರಣೆ : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে

ಸಮಾನಾರ್ಥಕ : ঘেৰ দিয়া, ঘেৰা, ঘেৰি থকা, ঘেৰি লোৱা-