ಅರ್ಥ : অসভ্য ৰূপত
ಉದಾಹರಣೆ :
শ্যামে বেয়াকৈ কʼলে যে তুমি ইয়াৰ পৰা গুচি যোৱা
ಸಮಾನಾರ್ಥಕ : অশিষ্টভাৱে, অসভ্যতঃ, অসভ্যভাৱে, শিষ্টাচাৰহীনভাৱে
ಅರ್ಥ : বেয়া ধৰণে
ಉದಾಹರಣೆ :
মানুহে তেওঁক ্বেয়াকৈ পিটিলে
ಅರ್ಥ : বেয়া ধৰণে
ಉದಾಹರಣೆ :
আমাৰ খেলুৱৈসকলে বেয়াকৈ খেলাৰ বাবে আমি খেলখনত হাৰিলো