ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বেয়া ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বেয়া   বিশেষ্য

ಅರ್ಥ : যি দোষৰ কাৰণে কোনো বস্তুৰ ৰূপ-ৰং সলনি হৈ যায় বা নষ্ট হৈ যাব ধৰে

ಉದಾಹರಣೆ : পানীত ভিজা কাৰণে মাটিৰ মূর্তিটো বেয়া হৈ গʼল

ಸಮಾನಾರ್ಥಕ : বিকাৰ, বিকৃতি

বেয়া   বিশেষণ

ಅರ್ಥ : যিটো নষ্ট হৈ গৈছে

ಉದಾಹರಣೆ : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া

ಸಮಾನಾರ್ಥಕ : গেলা

ಅರ್ಥ : যি প্রবল নহয়

ಉದಾಹರಣೆ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

ಸಮಾನಾರ್ಥಕ : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, মন্দ

ಅರ್ಥ : ভালৰ ওলোটা বা বিপৰীত

ಉದಾಹರಣೆ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

ಸಮಾನಾರ್ಥಕ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, মন্দ

ಅರ್ಥ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়

ಉದಾಹರಣೆ : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা

ಸಮಾನಾರ್ಥಕ : লেতেৰা

ಅರ್ಥ : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে

ಉದಾಹರಣೆ : তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে

ಸಮಾನಾರ್ಥಕ : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা

ಅರ್ಥ : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য

ಉದಾಹರಣೆ : ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়

ಸಮಾನಾರ್ಥಕ : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা